গৰমপানীগৰমা-গৰম

গৰমা কুঁৱৰী (Assamese) [ Roman: go.ro.ma ku~.wo.ri]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-23
1. Novels(Proper Noun-Neuter) A historical novel based on Daughter of Gaura king; married to Assam Kachari king in Dimapur written by Nabakanta Barua. নৱকান্ত বৰুৱাৰ এখন ঐতিহাসিক উপন্যাস৷ বিষয়--গৌৰ ৰজাৰ জীয়েক, অসমৰ ডিমাপুৰৰ কছাৰী ৰজাৰ ৰাণী৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-23
2. Historial(Proper Noun-Feminine) Daughter of Gaura king; married to Assam Kachari king in Dimapur গৌৰ ৰজাৰ জীয়েক, অসমৰ ডিমাপুৰৰ কছাৰী ৰজাৰ ৰাণী৷